Top latest Five Assamese synonyms Urban news

অপবাদ, অপযশ, আবিলতা, কালিমা, কুখ্যাতি, গ্লানি, চেকা, দাগ, দুৰ্নাম, বদনাম, মলিনতা, মালিন্য৷

আৰোহণ, উৎকৰ্ষ, উত্থান, উত্থিতি, উদ্গতি, উদ্গম, উন্নয়ন, ঊৰ্ধ্বগতি, ঊৰ্ধ্বগমন, সমুন্নয়ন৷

অকুটিলতা, আৰ্জৱ, ঋজুতা, পোন অৱস্থা, সৰলতা, সাৰল্য৷

অৱনতি, অধোগতি, অধোগমন, অধোনমন, অৱনমন, নিম্নগমন, নিম্নগতি৷

অভিবন্দন, অভিবন্দনা, অৰ্ঘ, অৰ্চন, অৰ্চনা, অৰ্হণ, অৰ্হণা, আৰাধন, আৰাধনা, উপাসা, উপাস্তি, কীৰ্তন, নাম-কীৰ্তন, পূজন, পূজা, পূজা-সেৱা, বন্দন, বন্দনা, ভজন, ভজনা, সেৱা, স্তুতি৷

অবিদ্যা, কছবী, কামলেখা, কামৰেকা, ক্ষণবধূ, ক্ষুদ্ৰা, গণিকা, গোসৰ্পিকা, জনপদবধূ, তিৰী, দেহোপজীৱিনী, ধৰ্ষিণী, নগৰনটী, নটিনী, নটী, নাটেশৰী, পণাংগনা, পণ্যাংগনা, পতিতা, প্ৰেষণী, পৰপুষ্ট, বাৰনাৰী, বাৰবধূ, বাৰবনিতা, বাৰাংগনা, বাৰেপৈয়াতী, বেশ্যা, মাগী, যৌনকৰ্মী, লজ্জিকা, সঞ্চাৰিকা, স্পৰ্শা, হট্টবিলাসিনী, ৰণ্ডা, ৰতায়নী, ৰাজহী ৰাজহী, ৰাণ্ডী, ৰুণ্ডিকা, ৰূপাজীৱা, ৰূপোপজীৱিনী, ৰেণ্ডী৷

ভূত, প্ৰেত, অপদেৱতা, উপদেৱতা, কালিকা, দেও, দেৱযোনি, প্রমথ, শিৱানুচৰ, প্রেতাত্মা, পিশাচ, পিশাচী, পিশাচিনী, ফিচাহিনী, কবন্ধ, কন্ধ, তাল, বেতাল, বুঢ়া-ডাঙৰীয়া, ডাঙৰীয়া, বাঁক, ঘোৰাপাক, ডাইনী, ভূতুনী, আলষণী, ঘৰ-জেউতি, হাটোৱালী, বাটোৱালী, খেতৰ, খেতৰী, দ’ত, কালধূমা, যখিনী, যখ৷

অচ্যুত, অতলবিহাৰী, অনংগমোহন, অনন্তবীৰ্য, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, দ্বাৰকাধীশ, দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, here বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷

অমৰমাৰ্গ, আকাশগংগা, আকাশসৰিৎ, আকাশীগংগা, ছায়াপথ, দুগ্ধসৰণি, দেৱযান, দ্বীপবিশ্ব, নক্ষত্ৰপুঞ্জ, নক্ষত্ৰবীথি, নীহাৰিকা, হৰিতালিকা, হাতীপটি৷

অজনিকা, ক্লীৱ, তৃতীয় প্রকৃতি, নপুংসক, পুৰুষত্বহীন, বৃহন্নলা, শণ্ড৷

অংগত্ৰ, অংগত্ৰাণ, উৰশ্ছদ, উৰস্ত্ৰ, উৰস্ত্ৰাণ, কঞ্চু, কঞ্চুক, কংকট, কংকটক, কৱচ, কাচনি, খোলক, তনুত্ৰ, তনুবাৰ, তনুত্ৰাণ, তনুচ্ছদ, নিচুলক, বৰ্ম, বৰূথ, বক্ষত্ৰাণ, সন্নাহ৷

অতন্দ্ৰতা, উজাগৰ, তন্দ্ৰাহীনতা, নিদ্ৰাহীনতা, বিনিদ্ৰা, সজাগতা৷

গোমা, গোমোঠা, নিষ্প্ৰভ, নিস্তেজ, পাংগু, বিবৰ্ণ, মলিন, মোলান, ম্লান, স্তিমিত৷

অগ্নিজিহ্বা, অগ্নিমুখ, অদিতিজ, অমৃতাশন, অমৰ, অসুৰাৰি, ঘৃতভোজী, ত্ৰিদশ, ত্ৰিদিৱেশ, দেৱ, দেৱতা, দেৱভূ, দৈত্যাৰি, বিবুধ, সুৰ৷

Leave a Reply

Your email address will not be published. Required fields are marked *